হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৫২,১১০ কৃষকক উপকৃত কৰিলে

হিমন্ত বিশ্ব চৰকাৰে ধান ক্ৰয় কৰি ৫২,১১০ কৃষকক উপকৃত কৰিলে

Assam News ২০২২-২৩ বৰ্ষত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ন্যূনতম সমর্থিত মূল্য ২০৪০/- টাকা দৰত মুঠ ৫২,১১০ গৰাকী কৃষকৰ পৰা বৰ্তমানলৈকে ৫ লাখ মেট্রিক টন ধান ক্রয় কৰিছে। পূৰ্বতে ১২০০/১৩০০ টকাত ধান বিক্ৰী কৰা অসমৰ কৃষক ৰাইজে এতিয়া ২০৪০/- টাকা প্রতি কুইন্টলত ধান বিক্ৰী কৰি লাভান্বিত হৈছে। উল্লেখ্য যে, বিগত বৰ্ষত অক্টোবৰত মাহৰ ভিতৰতে ৫ লাখ মেট্রিক টন ধান ক্রয় কৰা হৈছিল।

মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীর্বাদ, মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাত আৰু বিভাগৰ লগতে AFCSCL, ASAMB, FCI, NACOF NAFED, NCCF আদিৰ দৰে এজেঞ্চী সমূহৰ সহযোগিতাত।

Leave a Reply

Your email address will not be published. Required fields are marked *