Category Guwahati

কামৰূপ মহানগৰত হ্ৰাস পালে Covid আক্ৰান্তৰ সংখ্যা

Assam News: বুধবাৰেও কামৰূপ মহানগৰত হ্ৰাস পালে আক্ৰান্তৰ সংখ্যা, বিপৰীতে ৰাজ্যত Covid আক্ৰান্তৰ সংখ্যা উদ্বেগজনক। গুৱাহাটী মহানগৰীৰ Covid পৰিস্থিতি এই যোৱা ২৪ ঘণ্টাত প্ৰায় ১ লাখ ৩০ হাজাৰ লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৩,৩৮৬ জন লোকৰ ফলাফল Covid…