অৱশেষত পঞ্জাব আৰক্ষীৰ জালত পৰিল খালিস্তানপন্থী নেতা অমৃতপাল সিং

পঞ্জাবৰ মোগাৰ গুৰুদ্ধাৰত গ্ৰেপ্তাৰৰ পূর্বে প্রার্থনা দেশৰ ১০খন চহৰত বিভিন্ন বেশত আত্মগোপন কৰিছিল ‘ৱাছি পঞ্জাব ডে’ৰ মুৰব্বীয়ে.

Assam News, ২৩ এপ্রিল : পঞ্জাব আৰক্ষীৰ চকুত ধূলি দি সুদীর্ঘ ৩৬ দিন। ধৰি পলাতক অৱস্থাত থকা খালিস্তানপন্থী নেতা অমৃতপাল সিঙক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ মোগাত এটা গুৰুৱাৰত প্ৰাৰ্থনাৰ পিছতে অমৃতপাল নিঙে আৰক্ষীৰ ওচৰত

গ্ৰেপ্তাৰৰ পূৰ্বে ভিডিঅ’ বার্তা অমৃতপালৰ

‘অন্য দেশলৈ পলাই যোৱাৰ পৰিৱৰ্তে গুৰুদ্ধাৰত আশীর্বাদ লৈ আত্মসমৰ্পণ কৰিলোঁ’

সমৰ্থকৰ মাজলৈ পুনৰ উভতি অহাৰ প্ৰতিশ্রুতি

: সুদীর্ঘ ৩৬ দিন ধৰি প্রতিমুহূৰ্ততে আৰক্ষীৰ গুলীৰ পৰা নিজৰ প্ৰাণৰক্ষা কৰি পলাতক অৱস্থাত থকা ‘ৱাছি পঞ্জাব ডেৰ নেতা খালিস্তানপন্থী অমৃতপাল সিঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে অমৃত পালে তেওঁৰ অনুৰাগীসকলৰ সন্মুখত ভাষণ দি কয় যে এই মূহুৰ্তত তেওঁ আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে। কাৰাগাৰত গৈ পুনৰ উভতি আহি অনুৰাগীসকলৰ লগতে ‘বাৰিছ পঞ্জাব ডে’ৰ স্বাৰ্থত।

Leave a Reply

Your email address will not be published. Required fields are marked *