চাৰি শ কিলোমিটাৰ বেগত মটৰ চাইকেল চলাবলৈ গৈ মৃত্যু সাৱটিল

পৰিয়ালৰ দাবী, হিট এণ্ড ৰাণৰ ঘটনা গতিৰ প্ৰতি থকা দুৰ্বাৰ

আকর্ষণেই কাল হ’ল ইউটিউবাৰৰ ॥ ১২ ব্লগাৰক চিনাক্ত আৰক্ষীৰ

চাৰি শ কিলোমিটাৰ বেগত মটৰ চাইকেল চলাবলৈ গৈ মৃত্যু সাৱটিল

Assam News, ৭ মে’: গতিৰ প্ৰতি থকা দুৰ্বাৰ আকৰ্ষণেই কাল হ’ল দেশৰ জনপ্ৰিয় ইউটিউবাৰ অগস্ত্য চৌহানৰ। দুৰম্ভ গতিবেগত মটৰ চাইকেল চলোৱা অৱস্থাতে নিয়ন্ত্রণ হেৰুৱাই পথ বিভাজকত খুন্দা মাৰি যোৱা বুধবাৰে মৃত্যু হৈছিল ২২ বছৰীয়া ডেৰাডুনৰ যুৱকজনৰ। এই ঘটনাই সমগ্ৰ দেশতে চর্চা নামানৰ লাভ কৰিছিল। তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰি একাধিক অভিযোগ পাম উঠিছিল। আনকি এজন বন্ধুৰ ষড়যন্ত্ৰৰো অভিযোগ উঠিছিল। অৱশ্যে সম্প্ৰতি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

চাৰিশ কিলোমিটাৰ বেগত মটৰ

এত পৃষ্ঠাৰ পৰা যে মাত্রাধিক গতিবেগেই কাল হ’ল অগস্ত্যৰ। পেছাদাৰী ইউটিউবাৰ হিচাপে জনপ্রিয়তা অর্জন কৰা অগস্ত্যৰ বিৰুদ্ধে বিপজ্জনকভাৱে মটৰ চাইকেল চলোৱাৰ অভিযোগ আগৰে পৰা আছিল। দুৰ গতিৰে তেওঁ মটৰ চাইকেল চলাইছিল। তাৰ ভিডিঅ’ প্ৰস্তুত কৰি তেওঁ ইউটিউবত পষ্ট কৰিছিল। লাখ লাখ মানুহে তেওঁৰ ভিডিঅ’ প্ৰত্যক্ষ কৰিছিল। এক সংবাদ মাধ্যমে জনাইছে যে যোৱা বুধবাৰে পুৱা অগতাই নিজৰ কৰোজাকি নিন। মটৰ চাইকেল চলোৱা অবস্থাত যমুনা এক্সপ্রেছকে ত দুৰ্ঘটনাত পতিত হয়। তেওঁৰ লগত আছিল আন চাৰিজন বন্ধু। যমুনা এক্সপ্ৰেছাৰ বৈ দিল্লীৰ পৰা আগ্ৰালৈ ৰাওনা হৈছিল অগস্ত্য। তেতিয়াই তেওঁৰ মটৰ চাইকেলে পথ বিভাজক ফুল। মাৰে। বাগৰি পৰি মূৰত গুৰুতৰভাৱে আঘাত পোৱা অগস্ত্যৰ ঘটনাস্থলীতে মৃত্যু হয়। সংবাদ মাধ্যমৰ প্ৰতিবেদনত দেখা গৈছিল যে ঘটনার সময় অগস্তাৰ মটৰ চাইকেলৰ গতিবেগ আছিল ঘন্টাত প্রায় তিনিশ কিলোমিটাৰ। এই চৰম গতিত পথ বিভাজক খুদা মৰাৰ বাবেই বিপদ ঘটে।

অৱশ্যে পৰিয়ালৰ লোকে এই কথা মানি লোৱা নাই। ইউটিউবাৰজনৰ পিতৃয়ে আৰক্ষীৰ আগত দাবী কৰে যে আন কোনো গাড়ীয়ে আহি অগস্তাৰ মটৰ চাইকেলও খুন্দা মাৰি পলায়ন কৰে। অর্থাৎ এরা “হিট এন্ড বাণ’ৰ ঘটনা। ইয়াৰ সমান্তৰালকৈ অবস্থাৰ বন্ধু ইউটিউবাৰ আমিৰ মজিদৰ বিৰুদ্ধেও সন্দেহৰ আঙুলি উঠে। সামাজিক মাধ্যমত অগস্তাৰ আকাশে অনুৰাগীয়ে অভিযোগ কৰে যে আমিৰেই এই দুৰ্ঘটনাৰ আৰত আছে। আনকি দুৰ্ঘটনাৰ পাছত আমিবৰ ফোনো বন্ধ হৈ আছিল। অৱশ্যে পৰৱৰ্তী সময়ত আমিৰে নিজৰ ইউটিউব চেনেলত সকলো কথা অৱগত কৰে। আমিৰে জনায় যে ঘণ্টাত চাৰিশ কিলোমিটার গতিবেগত মটৰ চাইকেল চলোৱাৰ ইচ্ছা আছিল অগস্তাৰ। অৱশ্যে বতাহৰ গতি বেছি থকাৰ বাণেই সেয়া সম্ভৱ নহ’ল। অৱশেষত ঘণ্টাও তিনিশ কিলোমিটাৰ বেগত অগস্ত্যই মটৰ চাইকেল চলাইছিল। আমিবে লগতে নারী কবে যে দুৰ্ঘটনাৰ সময়ত তেওঁ সেই স্থানত উপস্থিত নাছিল। তেওঁ সেই সময়ত বহুখিনি আগবাঢ়ি গৈছিল। পাছত যেতিয়া তেওঁ উভতি আহিল, তেতিয়ালৈ অগস্তাক হাস্পতাললৈ লৈ যোৱা হৈছিল । পথৰ দাঁতিত স্থাপন কৰা চিচি কেমেৰাত ধৰা পৰিছিল যে দুৰ্ঘটনাৰ সময়ত অগস্তাৰ মটৰ চাইকেলৰ গতিবেগ আছিল ঘণ্টাত ২৯৪ কিলোমিটাৰ। শনিবাৰে আলিগড় আৰক্ষীয়ে অগস্ত্যৰ মটৰ চাইকেল চলোৱাৰ ফুটেজ প্রকাশ কৰে। পাঁচ মিনিটৰ ফুটেজ দেখা গৈছে যে প্ৰায় ৰুমুহাৰ গতিৰে মটৰ চাইকেল চলাইছিল ইউটিউবাজনে। আলিগড় আৰক্ষীয়ে ধাৰণা কৰিছে যে ভয়ংকৰ গতিৰ কাৰণেই অগস্তাৰ মৃত্যু হৈছে। শনিবাৰ পৰ্যন্ত অগস্তাৰ মৃত্যুত কেন্দ্ৰ কৰি কোনো অভিযোগ দাখিল হোৱা নাছিল। অৱশ্যে ঘটনা সন্দৰ্ভত অনন্ত চলি আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

উল্লেখ্য যে ডেৰাডুনৰ নিবাসী ২২ বছৰীয়া অগস্তাৰ ‘প্ৰ’ ৰাইডাৰ ১০০০’ নামৰ এটা নিজা ইউটিউব চেনেল আছে আৰু সম্প্রতি স্থাবস্ক্রাইবাৰৰ সংখা প্রায় ১২ লাখ। যোৱা বছৰ তেওঁৰ ইউটিউব চেনেলৰ চাবস্ক্ৰাইবাৰৰ সংখ্যাই ১০ লাখ অতিক্ৰম কৰিছিল আৰু তাৰ পাছতে ইউটিউৱৰ তৰফৰ পৰা অগস্ত্যক রূপালী প্লেবটিন প্ৰদান কৰিছিল। ইনস্টাগ্রামতো অৰ্থতাৰ অনুসৰণকাৰীৰ সংখ্যা দুই লাখ ২৪ হেজাৰ। দেশৰ কনিষ্ঠতম কারাছাকি নিনজা মটৰ চাইকেলৰ গৰাকী অগস্তাই ইনস্টাগ্রামতো নিজৰ মটৰ চাইকেল চালনাৰ ফটো প’ষ্ট কৰে। ১৬ৰ পৰা ১৮ লাখ টকা মূল্যৰ কাৰাজ্যকি নিনজা এখনে ঘণ্টাত তিনিশ কিলোমিটাৰ পৰ্যন্ত গতিবেগত দৌৰিব পাৰে। শূন্যৰ পৰা এশ কিলোমিটার গতিবেগত উপনীত হ’বলৈ মাত্ৰ তিনি ছেকেণ্ড সময়ৰ প্ৰয়োজন হয়। আনহাতে, ১০ ছেকেণ্ডৰ ভিতৰতে শুনাৰ পৰা দুশ কিলোমিটাৰ গতিবেগত উপনীত হ’ব পাৰে। অভিজ্ঞ চালকসকলো এই মটৰ চাইকেল চলাই দুৰ্ঘটনাৰ কবলত পৰে। লক্ষ্যণীয়ভাৱে অপস্থাৰ বিৰুদ্ধে ইয়াব পূর্বেও ভাৰতীয় দণ্ড বিধি আৰু যান-বাহন আইনৰ অধীনত একাধিক গোচৰ ৰুজু হৈছিল। চলিত বৰ্ষৰ আৰম্ভণিতে আৰক্ষীয়ে তেওঁক আটকো কৰিছিল। অগস্ত্যৰ মটৰ চাইকেল চালনাৰ বাবে পথচাৰীৰ জীৱন বিপদাপন্ন হোৱাৰ অভিযোগ উঠিছিল। এক সংবাদ মাধ্যমে জনোৱা মতে, ডেৰাডুন আৰক্ষীয়ে নাগৰিকৰ নিৰাপত্তা বিঘ্নিত কৰাৰ অভিযোগত ১২ জুন ইউটিউব র গাৰক চিনাক্ত কৰিছে। তেওঁলোকে পথত এনে কিছুমান স্তাণ্ট কৰি আহিছে, যাৰ বাবে মানুহৰ জীৱনো সংকটৰ সন্মুখীন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *