Tag CharlesIII

আজি আনুষ্ঠানিকভাৱে আন ১৫ খন দেশৰো সম্রাট হ’ব চাৰ্লছ তৃতীয়

কাইলৈ সম্রাট চাৰ্লছৰ ৰাজ অভিষেক অনুষ্ঠান অনুষ্ঠিত হ’ব। কিন্তু উক্ত দিনত ব্ৰিটেইনৰ লগতে আন কে’বাখনো দেশৰ সম্ৰাটৰ দায়িত্ব লাভ কৰিব তৃতীয় চাৰ্লছে। কমনৱেলথ ব্যৱস্থা অনুসৰি, বিশ্বৰ আন ১৫ খন দেশৰো সম্রাট হ’ব তৃতীয় চাৰ্লছ। এইসমূহ দেশ এসময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা…