Tag Drug abuse

ড্ৰাগছৰ বিৰুদ্ধে হাজোত মহিলাৰ উত্তাল প্ৰতিবাদ

হাজো আৰক্ষী থানাৰ অন্তৰ্গত দামপুৰত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল শ শ মহিলা। দীৰ্ঘদিন ধৰি দামপুৰত ড্ৰাগছে ছানি ধৰাৰ অভিযোগ তুলি ড্ৰাগছ বিৰোধী প্রতিবাদী শ্ল’গানেৰে আজি হাজো দামপুৰৰ ৰাজপথ কঁপালে দামপুৰ মহিলা আত্মসহায়ক গোটৰ একাংশ মহিলাই। প্রতিবাদী মহিলাসকলৰ অভিযোগ, দীৰ্ঘদিন…