ভাৰতত বিয়পি পৰা ভুৱা ‘ফেডএক্স কুৰিয়ৰ’ কল Scamৰ পৰা সাৱধান।

আৰ বি আইৰ দৰে ফোন কল কেলেংকাৰী বিৰল নহয়। মানুহে টকা হেৰুৱাই থাকে। এইটো এটা নতুন – ভুৱা ফেডএক্স কুৰিয়ৰ কল। ই শেহতীয়া চাইবাৰ কেলেংকাৰী৷ এই বাতৰি লিখাৰ সময়ত অসমতো ক’ভিডৰ দৰে বিয়পি পৰিছে। প্ৰৱঞ্চকসকলে প্ৰথমে ফেডএক্স টিম বুলি ভয়…